On his 'adya-shraddha', BTC hails supreme sacrifice of martyr Maneswar Basumatary

On his 'adya-shraddha', BTC hails supreme sacrifice of martyr Maneswar Basumatary

আজি বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পালন কৰা হয়। শ্বহীদৰ পৰিয়াললৈ ৫লাখ টকাৰ সাহায্য প্ৰদান কৰে হাগ্ৰামা মহিলাৰীয়ে। লগতে গোৰেশ্বৰ-তামুলপুৰ পথ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নামত উছৰ্গা কৰে BTC প্ৰধানজনে। শীঘ্ৰেই শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি আৰু ব্ৰঞ্জৰ স্মৃতিসৌধ নিৰ্মাণ কৰা হ’ব BTADত। থাকিব শ্বহীদগৰাকীৰ আত্মকথা। আজি আদ্যশ্ৰাদ্ধত সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰো আয়োজন কৰা হয়। Like the official facebook page of News Live:   / newslivetvofficial   Follow News Live on twitter:   / newsliveghy   Connect to our instagram account:   / newsliveghy   Visit our website for all news updates: https://newslivetv.com/