আকৌ জনাঞ্চলত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ ভয়ংকৰ ছবি। এইবাৰ নুমলীগড়ত হানি-খুঁচি হত্যা এটা নাহৰফুটুকীক। ৪জনকৈ লোকক আক্ৰমণ কৰাৰ পাছতেই জীৱশ্ৰেষ্ঠই নিধন কৰিলে নাহৰফুটুকীটোক। বন বিষয়াৰ সন্মুখতেই সংঘটিত হ’ল এই নৃশংস ঘটনা। ইফালে বাক্সা জিলাৰ শালবাৰী আৰু মুছলপুৰত গঁড়ৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিলে গঞাক। Like the official facebook page of News Live: / newslivetvofficial Follow News Live on twitter: / newsliveghy Connect to our instagram account: / newsliveghy Visit our website for all news updates: https://newslivetv.com/