Class-10 Mathematics Quadratic Equations NCERT Book Assamese Medium part-12 by Rahimuddin Sheikh

Class-10 Mathematics Quadratic Equations NCERT Book Assamese Medium part-12 by Rahimuddin Sheikh

8. এখন ৰে'লগাড়ীয়ে সমান দ্ৰুতিত 360 কি.মি. ভ্ৰমণ কৰে ৷ যদি ইয়াৰ দ্ৰুতি ঘন্টাত 5 কি.মি. বেছি হ’লহেঁতেন, ই একেটা ভ্ৰমণৰ সময় 1 ঘন্টা কম ল’লেহেঁতেন৷ ৰে'লগাড়ীখনৰ দ্ৰুতি উলিওৱা৷ 9. দুটা পানীৰ নলীয়ে এটা চৌবাচ্চা 9 3/8 ঘন্টাত পূৰ কৰে৷ চৌবাচ্চাটো বেলেগে বেলেগে পূৰ কৰিবলৈ হ’লে ডাঙৰ ব্যাসৰ নলীটোৱে সৰু ব্যাসৰ নলীটোতকৈ 10 ঘন্টা সময় কম লয়৷ প্ৰত্যেকটো নলীয়ে বেলেগে বেলেগে কিমান সময়ত চৌবাচ্চাটো পূৰ কৰিব পাৰিব উলিওৱা৷ #RahimuddinSheikh #Class10MathematicsClasses