Jibon Prerona Scheme || Jeevan Prerona Scheme 2025: Apply Online, Benefits, Eligibility, Documents

Jibon Prerona Scheme || Jeevan Prerona Scheme 2025: Apply Online, Benefits, Eligibility, Documents

অসমৰ শিক্ষিত কিন্তু নিযুক্তিৰ অপেক্ষাত থকা যুৱ সমাজৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি হৈছে এটা নতুন দিশ, এটা আশা। 🎓✨ এই আঁচনিয়ে স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলক স্বাৱলম্বী হ’বলৈ প্ৰেৰণা দিয়ে আৰু নিজৰ পায়েৰে ভৱিষ্যৎ গঢ়াৰ সুযোগ প্ৰদান কৰে। 💼💪 এই ভিডিঅ’ত আপুনি জানিব— কেৱল কেনেকৈ আবেদন কৰিব, যোগ্যতা কি, আৰু এই আঁচনিয়ে কেনেকৈ আপোনাৰ জীৱন পাল্টাব পাৰে। দেখক সম্পূৰ্ণ ভিডিঅ’টো আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। 🔔 #Assam #JobScheme #CMJeevanPrerana #AssamGovernment #YouthEmpowerment