▶️ ছিংগাপুৰে সলাই পেলাব গুৱাহাটীৰ ৰেহ-ৰূপ। অমৰাৱতীৰ দৰে ছিংগাপুৰৰ সহযোগত গুৱাহাটীক অত্যাধুনিক কৰাৰ সপোন মুখ্যমন্ত্ৰীৰ। গুৱাহাটীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫টা অভিলাষী প্ৰকল্প।