THE ALL NEW NISSAN MAGNITE || FIRST IMPRESSION || ONLY @ 4.99L || THE BIG, BOLD AND BEAUTIFUL SUV ||

THE ALL NEW NISSAN MAGNITE || FIRST IMPRESSION || ONLY @ 4.99L || THE BIG, BOLD AND BEAUTIFUL SUV ||

বন্ধুসকল, NISSAN এ COMPACT SUV SEGMENT ত তেওঁলোকৰ প্ৰথম খন গাড়ী THE NISSAN MAGNITE ভাৰতীয় বজাৰত মুকলি কৰিলে। BOLD LOOKS, PREMIUM FEATURES আৰু ধুনীয়া SPACE & COMFORT ৰে সৈতে অহা এই COMPACT SUV খনৰ দাম হৈছে কেৱল মাত্ৰ 4.99 লাখ!!! অৰ্থাৎ এইখন হʼল ভাৰতৰ আটাইতকৈ সষ্টা COMPACT SUV আৰু আজি মই এই নতুন NISSAN MAGNITE খনৰ এটা WALKAROUND আৰু FIRST IMPRESSION VIDEO আপোনালোকৰ মাজলৈ লৈ আহিছো। গতিকে VIDEO টো সম্পূৰ্ণ‌কৈ চাবলৈ নাপাহৰিব আৰু যদি চাই ভাল পাই তেনেহলে VIDEO টো LIKE, COMMENT আৰু SHARE নিশ্চয় কৰিব। ধন্যবাদ। COURTESY: BINOD NISSAN, GUWAHATI FOR BOOKINGS CONTACT: +919864042466 - MR. KRISHNA TIWARI মোৰ FB PAGE:   / axomiya-on-wheels-107996710913127   মোৰ IG: https://www.instagram.com/jyoti_aow/?... #axomiyaonwheels #assamesereview #nissan #compactsuv #nissanmagnite #magnite #budgetcar #autoreview