17. 3 , 8 , 13, .........,253 এই সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰপৰা 20তম পদটো নি্ৰ্ণয় কৰা ৷ 18. এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 আৰু ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44 ৷ সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰা ৷