ইয়াত আপোনালোকে পাব *Class 10 HSLC SEBA* ৰ *2nd Unit Test General Science Paper* ৰ সমাধান। প্ৰতিটো উত্তৰ *সহজ ভাষাত**, **logic সহ**, আৰু **exam pattern অনুযায়ী* বুজাই দিয়া হৈছে। HSLC পৰীক্ষাত ভাল নম্বৰ ল'বলৈ ই অতি সহায়ক হব। *এই ভিডিঅ’ত আপুনি শিকিবঃ* Unit Test ৰ Very Short + Short + Long Answer সমাধান সহজ ব্যাখ্যা পৰীক্ষাৰ বাবে important concept SEBA HSLC pattern অনুযায়ী explanation *👉 HSLC 2025 ৰ বাবে ভিডিও।* *👉 Video ভাল লাগিলে Like, Share আৰু Subscribe কৰিব।* **👉 #hslc #assamese #2026