জীৱনৰ ৰং, Assamese Sort Flim part1/Dj_Nikunja Presents…

জীৱনৰ ৰং, Assamese Sort Flim part1/Dj_Nikunja Presents…

জীৱনৰ ৰং, এখনি অতি সাধাৰণ ভাৱে প্ৰস্তুত কৰি উলিওৱা ছূটি ছবি । সম্পূৰ্ন সাধাৰণ ভাৱে চেস্তা কৰিছো মাথো,আমাৰ YouTubeৰ এইয়া প্ৰথম পদক্ষেপ বাবেই বহুত ভূল ক্ৰুতি হৈছে, গতিকে আমি পাছৰ পৰ্য্যায়ত ধেমেলীয়া, মূকাভিনয় আপোনালোকৰ আগত তুলি ধৰিম । গতিকে আপোনালোকৰ দিহা ও পৰামৰ্শৰ বাবে আমি আশাবাদি । ধন্যবাদেৰে… নিকুঞ্জ মনি নাথ । Artist'S Earth(DJ)