অনুশীলনী: 12.3 অন্যধৰনে উল্লেখ নাথাকিলে, Π=22/7 ল'বা৷ 1.চিত্ৰ 12.19ত, আচছাদিত অংশটোৰ কালি উলিওৱা, যদি PQ=24চে.মি.,PR=7চে.মি. আৰু বৃত্তটোৰ কেন্দ্ৰ O৷ 2. চিত্ৰ 12.20ত , আচছাদিত অংশটোৰ কালি নিৰ্ণয় কৰা যদি O কেন্দ্ৰ যুক্ত ঐককেন্দ্ৰিক বৃত্ত দুটাৰ ব্যাসাৰ্দ্ধ ক্ৰমে 7চে.মি. আৰু 14চে.মি আৰু ∠AOC=40°. 3. চিত্ৰ 12.21 ত , আচছাদিত অংশটোৰ কালি নিৰ্ণয় কৰা, যদি 14 চে. মি. বাহুৰ ABCD এটা বৰ্গক্ষেত্ৰ আৰু APD আৰু BPC অৰ্ধবৃ্ত্ত হয়৷