Jibanor Xonghat | Episode 5 | Jack Production | Northeast | Assamese | Web | Series | Entertainment

Jibanor Xonghat | Episode 5 | Jack Production | Northeast | Assamese | Web | Series | Entertainment

Jibanor Xonghat Episode - 5 নমস্কাৰ আমাৰ এই ধাৰাবাহিক খন আপোনালোকৰ মাজলৈ আগবঢ়ালো, আশা কৰো আপোনালোক সকলোৱে ভাল পাব, আপোনালোকৰ আশীৰ্বাদ বিচাৰি আমাৰ আজিৰ এই ধাৰাবাহিকৰ ৫ম খণ্ড আগবঢ়োৱা হল। সকলোৱে সহায় সহযোগিতা আগবঢ়াই যেন। আমি আপোনালোকলৈ আমাৰ এই কাহিনীটো ধাৰাবাহিক ভাৱে আগবাঢ়াই যাম। আমাৰ এই ধাৰাবাহিকখনত সামাজিক পৰিৱেশৰ লগত খাপখোৱাকৈ হাস্য মধুৰ, পেমৰ, আৰু সমাজিক সমস্যা আদিৰ ভাৱ প্ৰকাশ কৰা হৈছে। জীৱনৰ সংঘাত Produce By: Jack Production Northeast Follow Us for More Update:   / jackproductionnortheast   #jibanorxonghat #jackproduction #StayHome #WithMe #assamesefunnyvideo #জীৱনৰসংঘাত #৫ম #northeastindia #teammangaldoi #entertainment #Assamese #webseries #funnyvideo