অনুশীলনী ৮ (খ) ৰ খণ্ড-১ ৰ Video লিংক • অনুশীলনী ৮ (খ) | খণ্ড-১ | তৃতীয় শ্ৰেণী | ... অসম জাতীয় বিদ্যালয় পাঠ্যক্ৰমৰ তৃতীয় শ্ৰণীৰ নতুন গণিত ৰ পাঠ ৮ : "জোখ-মাপ" ৰ অনুশীলনী ৮ (খ) ৰ ৫ নম্বৰ ৰ পৰা ১০ নম্বৰ লৈ অংক কেইটা কৰি দেখুওৱা হৈছে। ইয়াত কিলোগ্ৰামৰ পৰা গ্ৰাম লৈ নিয়া, গ্ৰাম ৰ পৰা কিলোগ্ৰামত প্ৰকাশ কৰা, কিলোগ্ৰাম, গ্ৰাম ৰ যোগ বিয়োগ অংকবোৰ সমাধান কৰাৰ নিয়মৰ বিষয়ে ভালকৈ বুজোৱা হৈছে। যদি ইয়াত কিবা বুজি নোপোৱা থাকে তেন্তে কমেণ্টত জনাবা লগতে যদি বেলেগ কোনো পাঠৰ video লাগে তেন্তে সেইটোও জনাবা। Video টো যদি ভাল লাগি থাকে বা video টোৰ পৰা যদি অলপ হলেও উপকাৰ হৈ থাকে তেন্তে video টোত এটা Like দিবা আৰু তোমাৰ বন্ধু- বান্ধৱী লৈ Video টো Share কৰি দিব আৰু আগলৈ মোৰ Video সমূহ পাই থাকিবলৈ চেনেলটো যদি এতিয়াও Subscribe কৰা নাই তেন্তে Subscribe কৰি All notification অন কৰি দিব। তেতিয়া মই যেতিয়াই Video YouTube ত Upload কৰিম লগে-লগে তুমি সেই নতুন Video টো তোমাৰ মবাইলত পাই যাবা। #অনুশীলনী_৮(খ) #তৃতীয়_শ্ৰেণী #জোখ_মাপ