এই ভিডিঅ’ত আলোচনা কৰা হৈছে Class 9 General Science ৰ Chapter 6 – কলা (Tissues) ৰ সকলো Multiple Choice Questions (MCQ)। প্ৰশ্ন-উত্তৰবোৰ আপোনাৰ Half-Yearly Exam, Annual Exam আৰু HSLC Exam ৰ বাবে অতি গুৰুত্বপূর্ণ। ✨ এই ভিডিঅ’ত আপুনি পাব — ✔️ Chapter 6 কলাৰ MCQ with Answer ✔️ পৰীক্ষাত প্ৰায়ই কৰা প্ৰশ্নসমূহ ✔️ Concept based MCQ, সহজ বুজাবলীয়া ভাষাত ✔️ HSLC আৰু Half-Yearly পৰীক্ষাৰ বাবে বিশেষ সহায় 📚 Chapter Covered: Class 9 General Science – Chapter 6 (Tissues / কলা) Assamese Medium MCQ & Explanation 🎯 উপকাৰী হব — Class 9 Students HSLC Exam Preparation Half-Yearly & Annual Exam Preparation 📌 Channel: Subhamay Sir 👉 Science class 6 to 10 in Assamese medium 👉 সহজ, বুজাবলীয়া আৰু পৰীক্ষাত সহায়ক আলোচনা 🔔 Like | Share | Subscribe কৰি চেনেলটো grow কৰিবলৈ সহায় কৰক। #Class9 #GeneralScience #MCQ #HSLC #ExamPreparation #Science #SubhamaySir