স্বাগতম 🙏 Education Sahayak লৈ। এই চেনেলটোত আমি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সহজভাৱে পঢ়াৰ ব্যাখ্যা, নোটছ আৰু প্ৰশ্ন-উত্তৰ আগবঢ়াওঁ। 📚 এই চেনেলত আপুনি পাব — সহজ নোটছ আৰু exam-oriented guidance SEBA / NCERT অনুসৰি ভিডিঅ’ পৰীক্ষাৰ আগৰ revision tips 🎯 লক্ষ্য — অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলক সহজ আৰু smart উপায়ে পঢ়াত সহায় কৰা। 👉 নতুন ভিডিঅ’ পোৱাৰ বাবে Subscribe কৰক আৰু Bell 🔔 টিপক। ধন্যবাদ ❤️