#Vidyaniketan#sishuniketanasom#assamvidyabharati#sankardevsishunikatan#Library#Niketan#assamesesolution. শংকৰদেৱ শিশু নিকেতন অথবা বিদ্যা ভাৰতীৰ সকলো কিতাপৰ বা সকলো বিষয়ৰ চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী লৈ প্ৰশ্নৰ উত্তৰ এই Chennal ত দিয়া হব। লগতে জাতীয় বিদ্যালয়ৰ কিতাপৰ উত্তৰ দিয়া থাকিব, আৰু চৰকাৰী বিদ্যালয়ৰ কিতাপৰ উত্তৰ দিয়া থাকিব সকলো বিষয়তে। সকলো ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক সকলে ইয়াৰ দ্বাৰা সহায় পাব বুলি আশা ৰাখিলোঁ। VIDEO খনৰ দ্বাৰা উপকৃত হলে বা সহায় পালে LIKE, SHARE, SUBSCRIBE কৰি মোক আৰু VIDEO বনোৱাৰ বাবে উৎসাহিত কৰিব । সকলোৰ সুবিধাৰ কাৰণে VIDEO খন Share কৰক। ___________________________________________________ Declaration 🚨🚨🚨🚨⚠️⚠️⚠️⚠️ Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.